अर्थ : যি প্রেৰণা দিয়ে বা কোনো কামত প্রবৃত্ত কৰায়
उदाहरण :
কেইবাজনো উৎসাহদাতাৰ উৎসাহে মোক এই স্থানলৈকে পোৱালে
अर्थ : উৎসাহ বৃদ্ধি কৰোতা
उदाहरण :
উৎসাহদাতা ব্যক্তিজনে দলটোক উৎসাহিত কৰি আছিল
पर्यायवाची : প্রোৎসাহক