पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से একক शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

একক   বিশেষ্য

अर्थ : কোনো বস্তু জোখমাপ কৰিবৰ কাৰণে মাত্রা বা মান হিচাপে লোৱা মান বিশেষ

उदाहरण : তাপমানৰ একক ডিগ্রী চেণ্টিগ্রেড

पर्यायवाची : ইউনিট, মান

अर्थ : সংখ্যা লিখাৰ ক্রমত সেই অন্তিম স্থান যʼত ন বা তাতকৈ কম সূচক অংক লিখা হয়

उदाहरण : সাতশ তেইশ (৭২৩)-ক তিনিটা একক স্থানত লিখা হয়

पर्यायवाची : একক স্থান

अर्थ : গণনা বা সংখ্যাত এক হোৱাৰ অৱস্থা বা ভাৱ

उदाहरण : বাৰত দুটা একক আৰু এটা দহক থাকে

अर्थ : কোনো প্রকাৰৰ স্বতন্ত্র বর্গ ্বা সমূহৰ এনেকুৱা এক অংগ বা ভাগ যাক পৃথক ভাৱে বিশ্লেষণ কৰিব পৰা যায়

उदाहरण : আমাৰ সমাজখন বহুতো সৰু-বৰ নৃগোষ্ঠীয় এককেৰে গঠিত

একক   বিশেষণ

अर्थ : কেৱল এটাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন বা যʼত কেৱল এজনেই থাকে

उदाहरण : এইটো একক প্রণালী

चौपाल