सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দহতকৈ এক অধিক হোৱা সংখ্যাটো
उदाहरण : সাত আৰু চাৰি যোগ কৰিলে এঘাৰ হয়
पर्यायवाची : এঘাৰ, ১১
अर्थ : গণনাত এঘাৰ নম্বৰ হোৱা
उदाहरण : আজিৰ পৰা ঠিক একাদশ দিনৰ দিনা মাইনাৰ বিয়া
पर्यायवाची : ১১শ
अर्थ : দহতকৈ এক বেছি
उदाहरण : ক্রিকেট খেলৰ এটা দলত এঘাৰজন খেলুৱৈ থাকে
इंस्टॉल करें