सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা
उदाहरण : দহৰ দহ গুণ এশ
पर्यायवाची : শতক, ১০০
अर्थ : এশৰ সমূহ বা গোট
उदाहरण : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে
अर्थ : নব্বৈ আৰু দহ
उदाहरण : এই সন্মিলনখনত প্রায় এশজন বিদ্বানে অংশগ্রহণ কৰিছে
पर्यायवाची : পাঁচ কুৰি, শ, ১০০
इंस्टॉल करें