सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ব্যৱহাৰ কৰি বা কোনো অন্য কাৰণবশতঃ এৰা পদার্থ
उदाहरण : বেচেৰী বিধৱাজনীয়ে গোটেই জীৱন এৰেহাহে পায় থাকিল
पर्यायवाची : উচিছষ্ট, পৰিত্যক্ত
अर्थ : কাৰোবাৰ কাৰণে বাঢ়ি দিয়া আহাৰ খোৱাৰ পিছত ৰৈ যোৱা অংশ
उदाहरण : এৰেহা খাদ্য খাব নালাগে
पर्यायवाची : উচ্ছিষ্ট, চুৱা, জোঠা
इंस्टॉल करें