अर्थ : যি ওচৰতে থাকে
उदाहरण :
আপুনি যিজন ্ বর্মনৰ ্ কথা কৈছে তেওঁ ্ মোৰ চুবুৰীয়া
पर्यायवाची : কাষৰীয়া লোক, চুবুৰীয়া, নি্কটৱর্তী লোক, পার্শ্বৱর্তী লোক, প্রতিবাসী, প্রতিবেশী, সমী্পৱর্তী লোক
अर्थ : ওচৰে-পাজৰে থকা লোক
उदाहरण :
ইমান জোৰেৰে নিচিঞৰিবা ওচৰ-চুবুৰীয়াই সাৰ পাব