अर्थ : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব
उदाहरण :
উৰাজাহাজখন বহুত ওপৰত উৰি আছে
पर्यायवाची : উচ্চতা
अर्थ : লিখা-মেলাৰ একেবাৰে প্রথমত
उदाहरण :
ওপৰত কিছুমান উদাহৰণ দিয়া হৈছে
अर्थ : সহায়ৰ আধাৰত
उदाहरण :
মেজৰ ওপৰত ফুলৰ থোপা থোৱা হৈছে