पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ওলোমাই থোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ওলোমাই থোৱা   ক্ৰিয়া

अर्थ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য

उदाहरण : সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে

पर्यायवाची : লগোৱা

अर्थ : কাম সম্পূর্ণ ্কৰাত পলম কৰা কার্য

उदाहरण : নিশ্চয় ্তেওঁৱেই মোৰ কামটো ওলোমাই থৈছে

अर्थ : তলৰ পৰা কোনো ওখ স্থানত এনে ধৰণে লগোৱা যাতে যথাস্থানত লাগি ধৰে বা অন্যফালে সকলো অংশ তলত পৰি ৰয়

उदाहरण : শ্যামে কুৰ্তাটো খুটিটোত আঁৰিলে

पर्यायवाची : অঁৰা, আঁৰি থোৱা, ওলোমোৱা

चौपाल