पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ওহাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ওহাৰ   বিশেষ্য

अर्थ : গাখীৰ দিয়া চাৰিঠেঙীয়া জন্তুৰ স্তন

उदाहरण : এই গাইজনীৰ ওহাৰখন বৰ ডাঙৰ

अर्थ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ

उदाहरण : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি

पर्यायवाची : কুচকুম্ভ, পিয়াহ, পয়োধৰ, পয়োভাৰ, বাত, স্তন

चौपाल