अर्थ : কাজল বা কুলি চৰাইৰ দৰে ৰং
उदाहरण :
ইমানখিনি শুনিয়েই সোহনৰ মুখ কʼলা পৰি গʼল
पर्यायवाची : এঙাৰ বৰণীয়া, কʼলা বৰণীয়া, কʼলা ৰং, কʼলী, কৃষ্ণ, কৃষ্ণবর্ণ, শ্যাম, শ্যামবর্ণ, ্এঙাৰ বৰণীয়া
अर्थ : যিজন বগা বা শ্বেত বর্ণৰ নহয়
उदाहरण :
ইংৰাজসকলে কʼলা মানুহৰ ওপৰত নি্র্মম অত্যাচাৰ কৰিছিল
पर्यायवाची : কৃষ্ণাঙ্গ