पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কʼলা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কʼলা   বিশেষ্য

अर्थ : যিজন ব্যক্তিৰ বৰণ কʼলা

उदाहरण : কʼলাসকলৰ বিবাহ ঠিক কৰোতে অসুবিধা হয়

अर्थ : কাজল বা কুলিৰ নিচিনা এক ৰং

उदाहरण : এই চিত্রখনৰ ওপৰৰ অংশত কʼলা ৰং দিয়া

पर्यायवाची : কʼলা ৰং, কৃষ্ণবর্ণ

কʼলা   বিশেষণ

अर्थ : কাজল বা কুলি চৰাইৰ দৰে ৰং

उदाहरण : ইমানখিনি শুনিয়েই সোহনৰ মুখ কʼলা পৰি গʼল

पर्यायवाची : এঙাৰ বৰণীয়া, কʼলা বৰণীয়া, কʼলা ৰং, কʼলী, কৃষ্ণ, কৃষ্ণবর্ণ, শ্যাম, শ্যামবর্ণ, ্এঙাৰ বৰণীয়া

अर्थ : যিজন বগা বা শ্বেত বর্ণৰ নহয়

उदाहरण : ইংৰাজসকলে কʼলা মানুহৰ ওপৰত নি্র্মম অত্যাচাৰ কৰিছিল

पर्यायवाची : কৃষ্ণাঙ্গ

चौपाल