अर्थ : দেহত এক শিহৰণ অনুভৱ কৰা
उदाहरण :
ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে
पर्यायवाची : কঁপনি উঠা, কঁপি-জপি থকা, কম্পন হোৱা, কম্পিত হোৱা
अर्थ : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
उदाहरण :
উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
पर्यायवाची : কঁপিবলৈ ধৰা, কম্পিত হোৱা, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা