अर्थ : আফ্রিকাৰ মুখ্য নদীসমূহৰ ভিতৰত অন্যতম নদী
उदाहरण :
কংগো বিশ্বৰ দী্র্ঘতম নদীসূহৰ এখন
पर्यायवाची : কংগো নদী
अर्थ : মধ্য আফ্রিকাৰ এখন দেশ
उदाहरण :
বেলজিয়ামৰ পৰা কংগোৱে ঊনৈশ শ ষাঠী চনত স্বাধীনতা লাভ কৰিছিল
पर्यायवाची : কংগʼ, কংগো জনতান্ত্রিক গণৰাজ্য