पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কটা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কটা   বিশেষ্য

अर्थ : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য

उदाहरण : মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে

पर्यायवाची : কলম দিয়া

अर्थ : কটোৱাৰ কাম

उदाहरण : ঠিকাদাৰে বনুৱাবোৰৰ দ্বাৰা খেতিডৰা দোৱাৰ কাম কৰি আছে

पर्यायवाची : দোৱা

কটা   ক্ৰিয়া

अर्थ : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা

उदाहरण : পাচলি কাটি আছে

अर्थ : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য

उदाहरण : মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে

पर्यायवाची : কলম দিয়া

अर्थ : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য

उदाहरण : মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে নাপিতে তেওঁৰ চুলি কাটিলে

अर्थ : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য

उदाहरण : শিক্ষকে ভুল উত্তৰটো কাটিলে

अर्थ : কপাহ পকাই সূতা তৈয়াৰ কৰা কার্য

उदाहरण : মায়ে লগুণ বনাবলৈ সূতা কাটিছে

पर्यायवाची : সূতা কটা

अर्थ : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা

उदाहरण : গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে

अर्थ : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে

उदाहरण :

पर्यायवाची : কলম দিয়া

अर्थ : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা

उदाहरण : জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে

কটা   বিশেষণ

अर्थ : কটা যোৱা

उदाहरण : ৰীমাই কটা বাহুটো দেখি চকখাই উঠিল

पर्यायवाची : খণ্ডিত, চ্ছিন্ন

चौपाल