पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কঠিন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কঠিন   বিশেষণ

अर्थ : যʼত দয়া নাই:কংস এজন নির্দয় ব্যক্তি আছিল

उदाहरण :

पर्यायवाची : অকৰুণ, অনুভূতিহীন, কঠুৱা, কঠোৰ, কাঠচিতীয়া, কাঠবুকুৱা, কৃপাহীন, ক্রুৰ, ক্রুৰমতি, কৰুণাহীন, দয়া-মায়াহীন, দয়াশূন্য, দয়াহীন, নিকৰুণ, নিদয়া, নিমৰমিয়াল, নির্ম্মম, নিষ্কৰুণ, নিষ্ঠুৰ, নি্র্দয়, নৃশংস, পাষাণহৃদয়, মমতাহীন, মায়াহীন, হিয়াহীন, হৃদয়শূন্য, হৃদয়হীন

अर्थ : যিটো মোলায়েম নহয়

उदाहरण : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল

पर्यायवाची : টান, ্কর্কৰীয়া

अर्थ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

उदाहरण : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

पर्यायवाची : অসহজ, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন

अर्थ : যিটো সহজ নহয়

उदाहरण : এই কঠিন সমস্যাটোৰ সমাধান সূত্র শীঘ্রে উলিওৱা উচিত

पर्यायवाची : অসহজ, বিষম

अर्थ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

उदाहरण : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

पर्यायवाची : অসহজ, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল

अर्थ : যিটো শুনাত খহটা

उदाहरण : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়

पर्यायवाची : কঠুৱা, কর্কশ, টান, হুঁট্া, ্কালনজীয়া

अर्थ : যিটো সোনকালে বুজি পোৱা নাযায়

उदाहरण : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব

पर्यायवाची : অবোধগম্য, টান, দুৰূহ

अर्थ : যিটো গম্য নহয় বা যাব নোৱাৰা

उदाहरण : আমি ্ দুর্গম পথৰ পথিক

पर्यायवाची : অগম্য, দুর্গম, দুর্গম্য, দুৰধিগম্য, দুৰূহ

चौपाल