पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কঠুৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কঠুৱা   বিশেষণ

अर्थ : যাৰ স্বভাৱ ভাল নহয়

उदाहरण : তেওঁৰ কঠুৱা মাত কাৰো ভাল নালাগে

पर्यायवाची : কটু

अर्थ : যʼত দয়া নাই:কংস এজন নির্দয় ব্যক্তি আছিল

उदाहरण :

पर्यायवाची : অকৰুণ, অনুভূতিহীন, কঠিন, কঠোৰ, কাঠচিতীয়া, কাঠবুকুৱা, কৃপাহীন, ক্রুৰ, ক্রুৰমতি, কৰুণাহীন, দয়া-মায়াহীন, দয়াশূন্য, দয়াহীন, নিকৰুণ, নিদয়া, নিমৰমিয়াল, নির্ম্মম, নিষ্কৰুণ, নিষ্ঠুৰ, নি্র্দয়, নৃশংস, পাষাণহৃদয়, মমতাহীন, মায়াহীন, হিয়াহীন, হৃদয়শূন্য, হৃদয়হীন

अर्थ : যিটো শুনাত খহটা

उदाहरण : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়

पर्यायवाची : কঠিন, কর্কশ, টান, হুঁট্া, ্কালনজীয়া

चौपाल