पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কঠোৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কঠোৰ   বিশেষণ

अर्थ : যʼত দয়া নাই:কংস এজন নির্দয় ব্যক্তি আছিল

उदाहरण :

पर्यायवाची : অকৰুণ, অনুভূতিহীন, কঠিন, কঠুৱা, কাঠচিতীয়া, কাঠবুকুৱা, কৃপাহীন, ক্রুৰ, ক্রুৰমতি, কৰুণাহীন, দয়া-মায়াহীন, দয়াশূন্য, দয়াহীন, নিকৰুণ, নিদয়া, নিমৰমিয়াল, নির্ম্মম, নিষ্কৰুণ, নিষ্ঠুৰ, নি্র্দয়, নৃশংস, পাষাণহৃদয়, মমতাহীন, মায়াহীন, হিয়াহীন, হৃদয়শূন্য, হৃদয়হীন

अर्थ : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি

उदाहरण : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল

पर्यायवाची : অনমনীয়, অনম্য, দৃঢ়

अर्थ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

उदाहरण : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

पर्यायवाची : অসহজ, কঠিন, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন

अर्थ : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ

उदाहरण :

पर्यायवाची : উগ্র, কর্কশ, টান, হুঁ়টা

अर्थ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

उदाहरण : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

पर्यायवाची : অসহজ, কঠিন, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল

चौपाल