सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা
उदाहरण : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে
पर्यायवाची : উলিওৱা, বঢ়া
अर्थ : হেতা আদিৰে কেৰাহীৰ পৰা লুচি-পুৰি বা ৰন্ধা কোনো বস্তু আদি উলিওৱা
उदाहरण : তেওঁ আলহীৰ কাৰণে পকৰী কাঢ়ি আছে
पर्यायवाची : চান-কঢ়া
इंस्टॉल करें