सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
उदाहरण : তেওঁৰ ্ মাতটো বৰ মিঠা
पर्यायवाची : গলা, বোল, মাত, স্বৰ
अर्थ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
उदाहरण : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
पर्यायवाची : লয়, সুৰ
अर्थ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
उदाहरण : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
पर्यायवाची : গলা
अर्थ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ
उदाहरण : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়
पर्यायवाची : গল, গলা
इंस्टॉल करें