पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কথা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কথা   বিশেষ্য

अर्थ : মনে গঢ়া বা কোনো বাস্তৱিক ঘটনাৰ ওপৰত আধাৰিত এক শ্রুতিমধুৰ বিৱৰণ:মুন্সী ্ প্রেমচাঁদৰ কাহিনীয়ে গ্রাম্য পৰিৱেশৰ সুন্দৰ চিত্র দাঙি ধৰে

उदाहरण :

पर्यायवाची : কাহিনী, কাহিনী-কথা

अर्थ : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা

उदाहरण : মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ

पर्यायवाची : ঘটনা

अर्थ : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য

उदाहरण : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে

पर्यायवाची : জবান, বচন

अर्थ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

उदाहरण : আনৰ ভাল লগা কথাহে কোৱা উচিত

पर्यायवाची : বচন, বাণী

अर्थ : কিবা কোৱা কার্য

उदाहरण : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল

पर्यायवाची : কথন, বচন, বাক, বাচ্য

अर्थ : গোৱা কার্য ্বা ভাব

उदाहरण : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

पर्यायवाची : গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, বোল, সংগীত, সঙ্গীত

चौपाल