अर्थ : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত বিশেষভাৱে কর্ণাটকত কোৱা এক দ্রাবিড়ীয় ভাষা
उदाहरण :
কুলকার্ণীদেৱে কন্নড় শিকি আছে
पर्यायवाची : কন্নড় ভাষা
अर्थ : যি লিপিত কন্নড় ভাষা লিখা হয়
उदाहरण :
কামথে নিজৰ লʼৰাটোক কন্নড় লিখিবলৈ শিকাইছে
पर्यायवाची : কন্নড় লিপি
अर्थ : কর্ণাটক ৰাজ্যৰ অধিবাসী
उदाहरण :
এইখন কন্নড়সকলৰ সভা
अर्थ : কর্ণাটকত থকা বা বসতি কৰা
उदाहरण :
কন্নড় লোকৰ মাজত এনেধৰণৰ প্রথা আছে
अर्थ : কন্নড় ভাষাৰ সৈতে সম্বন্ধ থকা বা কন্নড় ভাষাৰ
उदाहरण :
তেওঁ কন্নড় ্সাহিত্যৰ প্রতি বিশেষ ৰাপ আছে
अर्थ : কর্ণাটকৰ সৈতে সম্বন্ধ থকা
उदाहरण :
মই কন্নড় সংস্কৃতিৰ সৈতে সম্পূর্ণৰূপে পৰিচিত