पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কপটতা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কপটতা   বিশেষ্য

अर्थ : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম

उदाहरण : তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে

पर्यायवाची : কপট, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চাতুৰী, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, বিড়ম্বনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শঠতা, শাঠ্য

अर्थ : কুটিল হোৱা অৱস্থা বা ভাব

उदाहरण : কুটিলতাৰ কাৰণে তেওঁক ্কোনেও পছন্দ নকৰে

पर्यायवाची : কুটিলতা, শঠতা

अर्थ : পৰস্পৰৰ মাজত বেয়া ভাব ৰখা অৱস্থা বা ভাব

उदाहरण : মনত ৰাখি থোৱা কপটতা উলিয়াই পেলোৱা

पर्यायवाची : কটুতা, কপট, কপটা-কপটি, কপটালি, কাপট্য, কুটস্থালি, কুটিলতা, কুটিলালি

चौपाल