सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
उदाहरण : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
पर्यायवाची : খাতা, বহী
अर्थ : কিতাপ বা বাতৰি কাকতৰ নকল
उदाहरण : প্রতিদিনে বাতৰি কাকতৰ বহু হাজাৰ কপি বিক্রী হয়
अर्थ : লেখা আদিৰ আক্ষৰিক স্বৰূপ
उदाहरण : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে
पर्यायवाची : অনুলিপি, নকল, প্রতিলিপি, প্রতিলেখ
इंस्टॉल करें