सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : গাড়ীত শৱ লৈ যোৱা বাকচ
उदाहरण : মানুহ যিমানেই ধনী নহওক মৃত্যুৰ পিছত ্ তেওঁ কফিনতেই যাব লাগে
पर्यायवाची : কʼফিন, কাফন
अर्थ : শৱ শ্মশানলৈ নিবৰ বাবে কাঠ, বাঁহ আদিৰে সজা এক প্রকাৰৰ যতন
उदाहरण : মৃতকক চাঙিত তুলি নিয়াৰ লগে লগে সকলোৱে আকৌ কান্দিবলৈ ধৰিলে
पर्यायवाची : চাঙি, জানাজা
इंस्टॉल करें