सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
उदाहरण : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
पर्यायवाची : আচ্ছাদক, আচ্ছাদন, আৱৰণ, ঢাকনি
अर्थ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
उदाहरण : বাদামৰ ওপৰত বহুত টান খোলা থাকে
पर्यायवाची : আৱৰণ, খোলা
अर्थ : লো আদিৰে তৈয়াৰী আৱৰণ, যিয়ে যুদ্ধৰ সময়ত অস্ত্র-শস্ত্রৰ পৰা যুদ্ধাক সুৰক্ষা প্রদান কৰা
उदाहरण : আক্রমণৰ পৰা ৰক্ষা পাবৰ কাৰণে কবচ ব্যৱহাৰ কৰা হয়
पर्यायवाची : অংগৰক্ষী
इंस्टॉल करें