पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কবচ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কবচ   বিশেষ্য

अर्थ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু

उदाहरण : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে

पर्यायवाची : আচ্ছাদক, আচ্ছাদন, আৱৰণ, ঢাকনি

अर्थ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে

उदाहरण : বাদামৰ ওপৰত বহুত টান খোলা থাকে

पर्यायवाची : আৱৰণ, খোলা

अर्थ : লো আদিৰে তৈয়াৰী আৱৰণ, যিয়ে যুদ্ধৰ সময়ত অস্ত্র-শস্ত্রৰ পৰা যুদ্ধাক সুৰক্ষা প্রদান কৰা

उदाहरण : আক্রমণৰ পৰা ৰক্ষা পাবৰ কাৰণে কবচ ব্যৱহাৰ কৰা হয়

पर्यायवाची : অংগৰক্ষী

चौपाल