पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কবৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কবৰ   বিশেষ্য

अर्थ : মুছলমান, খ্রীষ্টান আদি সম্প্রদায়ৰ মৃতকৰ মৰিশালিৰ ওপৰত ওখকৈ সজোৱা ঠাই বিশেষ

उदाहरण : তেওঁ ্সদায় সন্ধিয়া নিজৰ মাকৰ সমাধিত মমবাতি জ্বলায়

पर्यायवाची : সমাধি, সমাধিস্তম্ভ

अर्थ : মুছলমান, খ্রীষ্টান, ইহুদীসকলে তেওঁলোকৰ মৃত লোকসকলক সৎকাৰ কৰা গাঁত বিশেষ

उदाहरण : মহান চুফী সাধুজনক সৎকাৰৰ কাৰণে অসংখ্যলোকে কবৰ খান্দিলে

अर्थ : যি ঠাইত শৱৰ অন্ত্যেষ্টি ক্রিয়া কৰা হয়

उदाहरण : তান্ত্রিকজনে শ্মশানত সাধনা কৰি আছে

पर्यायवाची : কবৰখানা, কবৰস্থান, খৰি দিয়া ঠাই, গোৰস্থান, দাহস্থান, মৰিশালি, শশান, শ্মশান, শ্মশানভূমি, শৱদাহস্থান, শৱসৎকাৰভূমি, সমাধিক্ষেত্র, সমাধিভূমি, সমাধিস্থলী, সমাধিস্থান

चौपाल