पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কমলা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কমলা   বিশেষ্য

अर्थ : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল

उदाहरण : তেওঁ ্সদায় কমলাৰ ৰস খায়

पर्यायवाची : কমলা টেঙা

अर्थ : ধনৰ অধিষ্ঠাত্রী দেৱী যাক বিষ্ণুৰ পত্নী বুলি কোৱা হয়

उदाहरण : মানুহে ধন প্রাপ্তিৰ বাবে লক্ষ্মীৰ পূজা কৰে

पर्यायवाची : ইন্দিৰা, ধনদা, নাৰায়ণী, পদ্মা, লক্ষ্মী, শতদলবাসিনী, শ্রী, হৰিপ্রিয়া, ৰমা

अर्थ : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং

उदाहरण : চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে

पर्यायवाची : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং

अर्थ : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ

उदाहरण : কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল

पर्यायवाची : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ

चौपाल