पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কম্পিত হোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কম্পিত হোৱা   ক্ৰিয়া

अर्थ : দেহত এক শিহৰণ অনুভৱ কৰা

उदाहरण : ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে

पर्यायवाची : কঁপনি উঠা, কঁপি-জপি থকা, কঁপ্া, কম্পন হোৱা

अर्थ : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা

उदाहरण : উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে

पर्यायवाची : কঁপিবলৈ ধৰা, কঁপ্া, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা

चौपाल