पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কল   বিশেষ্য

अर्थ : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ

उदाहरण : ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল

पर्यायवाची : ইঞ্জিন, চলন যন্ত্র, মেচিন, যন্ত্র

अर्थ : দীঘলীয়া মঙহাল আৰু মিঠা সোৱাদৰ ফল লগা, দুই-তিনি মিটাৰ দীঘল পাতৰ এবিধ গছ, যি এবাৰ ফল দি মৰি যোৱা

उदाहरण : তেওঁ ঘৰৰ পিছফালে কলগছ ৰুইছে

पर्यायवाची : কদলীগছ, কলগছ

अर्थ : কোনো বিশেষ কাম কৰিবলৈ বা কোনো বস্তু বনাবলৈ ব্যৱহাৰ কৰা উপকৰণ

उदाहरण : আধুনিক যুগত নতুন নতুন যন্ত্রৰ সৃষ্টি হৈ আছে

पर्यायवाची : মেচিন, যন্ত্র, যন্ত্র-পাতি

अर्थ : এবিধ দীঘলীয়া মঙহাল মিঠা ফল

उदाहरण : তেওঁ ্ কল খাই আছে

पर्यायवाची : কদলী, ৰম্ভা

चौपाल