पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কলহ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কলহ   বিশেষ্য

अर्थ : পানী ভৰাবলৈ আৰু ৰাখিবলৈ ব্যৱহাৰ কৰা এবিধ বাচন:খালী কলহত পানী ভৰোৱা

उदाहरण :

पर्यायवाची : ঘট

अर्थ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

उदाहरण : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

पर्यायवाची : কন্দল, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

अर्थ : মাটি, ধাতু আদিৰ ডিঙি দীঘল আৰু ঠেক এবিধ পানী ৰখা পাত্র

उदाहरण : কলহৰ পানী গৰমতো ঠাণ্ডা হৈ থাকে

चौपाल