पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কলা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কলা   বিশেষ্য

अर्थ : কোনো কাম ভালকৈ কৰাৰ কৌশল, বিশেষকৈ এনেকুৱা কাম যাক সম্পাদন কৰিবলৈ জ্ঞানৰ উপৰি কৌশল আৰু অভ্যাসৰ আৱশ্যক হয়

उदाहरण : তেওঁৰ ্ কলাৰ শ্রেষ্ঠতা সকলোৱে মানে

पर्यायवाची : আর্ট

अर्थ : কলা-সম্বন্ধীয় সেই ্কর্ম ্যাৰ সম্পাদনৰ কাৰণে জ্ঞানৰ উপৰিও অতিৰিক্ত কৌশল আৰু অভ্যাসৰ আৱশ্যকতাৰ প্রয়োজন

उदाहरण : কলা সকলোৰে সাধ্যৰ ভিতৰত নহয়

पर्यायवाची : কলাকর্ম, শিল্প, শিল্প-্কর্ম, শিল্প্কর্ম, ্কলা-কর্ম

কলা   বিশেষণ

अर्थ : যিজনে শুনা নাপায়

उदाहरण : প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে

पर्यायवाची : কাণ গধুৰ, বধিৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত

चौपाल