अर्थ : কলোম্বিয়াৰ নিবাসী
उदाहरण :
এজন কলোম্বিয়ান কোকেইনৰ সৈতে ধৰা পৰিলে
पर्यायवाची : কলোম্বিয়া বাসী, কলোম্বিয়া-বাসী, কলোম্বিয়াবাসী
अर्थ : কলোম্বিয়া সম্বন্ধী বা কলোম্বিয়াৰ
उदाहरण :
ইয়াত কলোম্বিয়ান কফিৰ বহুত চাহিদা আছে