सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য
उदाहरण : সকলোৰে মংগল হোৱা কাম কৰা উচিত
पर्यायवाची : ভাল, মংগল, লাভ, হিত
अर्थ : কুশল হোৱাৰ অৱস্থা বা ভাৱ
उदाहरण : সকলোৰে মংগল ভগৱানৰ হাতত আছে
पर्यायवाची : কুশল, মংগল
अर्थ : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা
उदाहरण : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত
पर्यायवाची : ভাল, মংগল, মঙ্গল, শুভ
इंस्टॉल करें