अर्थ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
उदाहरण :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
पर्यायवाची : কাঁইট, মাছৰ কাঁইট, মাছৰ কাঁটা
अर्थ : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
उदाहरण :
কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
पर्यायवाची : কাটা
अर्थ : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
उदाहरण :
কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
पर्यायवाची : কাটা