पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কাটা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কাটা   বিশেষ্য

अर्थ : কোনো সঁজুলি আদিত যিডাল তাৰ বা কাটাই কোনো বিশেষ পৰিমাণ, সংখ্যা, দিশ আদি নির্দেশ কৰে

उदाहरण : এই ঘড়ীটোৰ ঘন্টাৰ কাটাডাল ৰৈ গʼল

अर्थ : গছৰ গা-গছ, ডাল, পাত আদিৰ পৰা ওলোৱা জোঙা অংশ, যি বেজীৰ নিচিনা হয়

उदाहरण : হাবিত থাকোতে তেওঁৰ ভৰিত ্ কাঁইট সোমাল

पर्यायवाची : কণ্টক, কাঁইট, তৰুনখ, শূল, হুল

अर्थ : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা

उदाहरण : কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে

पर्यायवाची : কাঁটা

अर्थ : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়

उदाहरण : কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে

पर्यायवाची : কাঁটা

चौपाल