अर्थ : মিহি বস্তু কটা বা খোঁচা যতন
उदाहरण :
তেওঁ সাঁচ কটা যতনেৰে মার্বল ্পাথৰত ৰামৰ মূর্তি বনাই আছে
पर्यायवाची : খোদাই কৰা যতন, ছাপ কটা যতন, সাঁচ কটা যতন
अर्थ : আৰবৰ এখন দেশ
उदाहरण :
কাটাৰ এখন খনিজ তেল উৎপাদক দেশ
अर्थ : ইৰাণৰ নিচেই কাষত অৱস্থিত এখন উপদ্বীপ
उदाहरण :
কাটাৰৰ মাটিকালি এঘাৰ হাজাৰ পাঁচশ বর্গ কিলোমিটাৰ