सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : হাতোৰা লগ লাগি থকা হাতৰ অংশ
उदाहरण : ৰামে মোৰ কান্ধত খামুচি ধৰিলে
पर्यायवाची : স্কন্ধ, স্কন্ধদেশ
अर्थ : মূৰৰ সৈতে শৰীৰৰ জোৰা লগোৱা পিঠিৰ বাহিৰৰ অংশ বিশেষ
उदाहरण : মই গলধনত মোচোকা খালোঁ
पर्यायवाची : গলধন
अर्थ : শৰীৰৰ ডিঙি আৰু বাহুৰ মাজৰ অংশ
उदाहरण : হনুমানে ৰাম আৰু লক্ষ্মণক নিজৰ দুই কান্ধত বহুৱাই লৈ সুগ্রীৱৰ ওচৰ পালেগৈ
पर्यायवाची : কান, স্কন্ধ, স্কন্ধদেশ
इंस्टॉल करें