अर्थ : কাবুলত জন্ম হোৱা
उदाहरण :
কাবুলী বুট, মেৱা আদি ভাৰতলৈ আমদানি হয়
अर्थ : কাবুল বা কাবুল সম্বন্ধী
उदाहरण :
তেওঁ এক কিলো কাবুলী বুট কিনিলে
अर्थ : কাবুলৰ বাসিন্দা
उदाहरण :
কেইবাজনো কাবুলী লোকৰ লগত তেওঁৰ চিনা-পৰিচয় আছে