पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কামোৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কামোৰা   ক্ৰিয়া

अर्थ : দাঁত আদি বহুৱাই টুকুৰা, আঘাত বা ঘাঁ কৰা:ৰাতি শুৱাৰ সময়ত মহে বৰকৈ কামুৰিলে

उदाहरण :

अर्थ : মুখত ভৰাই লৈ দুয়োপাৰি ্দাঁতেৰে বাৰে-বাৰে হেঁ্চা কার্য

उदाहरण : তেওঁ কলমটো কামুৰি আছে

पर्यायवाची : কামুৰি থকা, চোৱোৱা

अर्थ : মূৰৰ বিষ কৰা

उदाहरण : আধাঘণ্টাৰ পৰা মোৰ মুৰ কামুৰি আছে

अर्थ : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য

उदाहरण : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে

पर्यायवाची : খুটা, ডকা

चौपाल