सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো নলীজাতীয় মোটা তৰপ যাৰ মাজত গুলী, খাৰ-বাৰুদ আদি ভৰোৱা থাকে
उदाहरण : চিপাহীয়ে গুলীচালনা কৰাৰ আগতে ৰাইফলত কার্টিজ ভৰাইছে
पर्यायवाची : কার্টিচ, কার্টুজ
अर्थ : বন্দুক চলাবৰ কাৰণে তাত ভৰাই লোৱা কাঁচ, বাৰুদ আদিৰে প্রস্তুত কৰা সৰু গোটা অংশ বিশেষ
उदाहरण : তেওঁ ্ চৰাই মাৰিবৰ কাৰণে বন্দুকত গুলি ভৰালে
पर्यायवाची : গুলি, বুলেট
इंस्टॉल करें