पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কাল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কাল   বিশেষ্য

अर्थ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

उदाहरण : সময় কাৰোবাবে ৰৈ নাথাকে

पर्यायवाची : ক্ষণ, বেলা, সময়

अर्थ : (ব্যাকৰণত) কার্য ্সম্পাদন কৰা বা হোৱাৰ সময়

उदाहरण : কাল প্রধানকৈ তিনি প্রকাৰৰ

अर्थ : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

उदाहरण : তেওঁৰ মৃত্যু অতি ওচৰত

पर्यायवाची : মৃত্যু, মৰণ কাল

अर्थ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

उदाहरण : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

पर्यायवाची : দিন, যুগ

अर्थ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

उदाहरण : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

पर्यायवाची : যুগ, সময়

चौपाल