सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পাৰ হৈ যোৱা কাল বা সময়
उदाहरण : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়
पर्यायवाची : অতীত, অতীত কাল, অতীতকাল, আগৰ সময়, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল
अर्थ : আজিৰ পূর্বৰ দিনটো
उदाहरण : এই প্রবন্ধটো যোৱাকালিৰ বাতৰি-কাকতত প্রকাশ হৈছিল
पर्यायवाची : যোৱাকালি
अर्थ : কাগজ আৰু কাপোৰ আদিত লিখিবলৈ অথবা ছাপ দিবলৈ ব্যৱহাৰ কৰা কʼলা আৰু ৰঙীন তৰল, গাঢ় পদার্থ
उदाहरण : মোৰ এটা ৰঙা চিয়াঁহীৰ কলম আছে
पर्यायवाची : চিয়াঁহী, মহী
अर्थ : আজিৰ এদিন আগৰ দিন
उदाहरण : মই কালি ইয়াত নাছিলো
इंस्टॉल करें