सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা
उदाहरण : শ্যাম মোৰ কাষতে বহিল
पर्यायवाची : ওচৰ
अर्थ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
उदाहरण : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
पर्यायवाची : আগ, মূৰ
अर्थ : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে
उदाहरण : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে
पर्यायवाची : পার্শ্ব
अर्थ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
उदाहरण :
पर्यायवाची : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
अर्थ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
उदाहरण : এই কাঁহীখনৰ কাণটো বৰ পাতল
पर्यायवाची : কাণ, কিনাৰ, প্রান্তৰ, মূৰ
अर्थ : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই
उदाहरण : তেওঁ ্ মোৰ ওচৰতে থাকে
पर्यायवाची : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ
अर्थ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
उदाहरण : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
पर्यायवाची : কিনাৰ, দাঁতি, পাৰ
अर्थ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ
उदाहरण : আপোনাৰ কোন ফালে যাবলগীয়া আছে
पर्यायवाची : দিশ, পিন, ফাল
इंस्टॉल करें