पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কাষ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কাষ   বিশেষ্য

अर्थ : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা

उदाहरण : শ্যাম মোৰ কাষতে বহিল

पर्यायवाची : ওচৰ

अर्थ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ

उदाहरण : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল

पर्यायवाची : আগ, মূৰ

अर्थ : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে

उदाहरण : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে

पर्यायवाची : পার্শ্ব

अर्थ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে

उदाहरण :

पर्यायवाची : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত

अर्थ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ

उदाहरण : এই কাঁহীখনৰ কাণটো বৰ পাতল

पर्यायवाची : কাণ, কিনাৰ, প্রান্তৰ, মূৰ

अर्थ : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই

उदाहरण : তেওঁ ্ মোৰ ওচৰতে থাকে

पर्यायवाची : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ

अर्थ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ

उदाहरण : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে

पर्यायवाची : কিনাৰ, দাঁতি, পাৰ

अर्थ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ

उदाहरण : আপোনাৰ কোন ফালে যাবলগীয়া আছে

पर्यायवाची : দিশ, পিন, ফাল

चौपाल