सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এনেকুৱা দণ্ড যাৰ কাৰণে জেলত থাকিবলগীয়া হয়
उदाहरण : ঘোচ খোৱাৰ অপৰাধত ৰাহুলে কাৰাদণ্ড খাটিব লগা হʼল
पर्यायवाची : কাৰাদণ্ড, কয়েদ, ঘানি টনা-, জেল, জেল-জৰিমনা, জেলৰ ভাত খোৱা-, শ্রীঘৰ বাস, হাজোত বাস
अर्थ : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
उदाहरण : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
पर्यायवाची : কয়েদ, বন্দী
इंस्टॉल करें