पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কুঁৱলী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কুঁৱলী   বিশেষ্য

अर्थ : জাৰৰ দিনত গোট মাৰি যোৱা আৰু ধৰালৈ লাহে লাহে নামি অহা বায়ুত থকা অতি সূক্ষ্ম জলকণা

उदाहरण : জাৰৰ দিনত চাৰিওফালে ডাঠ কুঁৱলী পৰি যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মায়

पर्यायवाची : কুব্জটিকা, কুহেলিকা

अर्थ : বতাহত মিহলি হৈ থকা ভাপৰ অতি সূক্ষ্ম অণু যি শীতৰ কাৰণে পৃথিৱীত বগা তৰপ হৈ জমা হয়

उदाहरण : অত্যধিক কুঁৱলী পৰাৰ কাৰণে আলুৰ খেতিডৰা নষ্ট পালে

पर्यायवाची : কুঁৱলি, কুব্জটিকা, কুহেলিকা, তুহিন, হিম

चौपाल