सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কুটিলতাপূর্ণ ব্যৱহাৰ কৰোতাজন
उदाहरण : কুটিল লোকৰ মনৰ কথা কোনেও জানিব নোৱাৰে
पर्यायवाची : কুচক্রী
अर्थ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
उदाहरण : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
पर्यायवाची : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন
अर्थ : যʼত কপটতা আছে বা যি কপটতাৰে পৰিপূর্ণ
उदाहरण : তেওঁ ্ মোৰ সৈতে কপটপূর্ণ ব্যৱহাৰ কৰিছে
पर्यायवाची : কপটপূর্ণ, কপটময়, চলনাময়
इंस्टॉल करें