पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কুমাৰী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কুমাৰী   বিশেষ্য

अर्थ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই

उदाहरण : বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি

पर्यायवाची : অক্ষতযোনি নাৰী, কন্যা

अर्थ : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন

उदाहरण : কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে

अर्थ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই

उदाहरण : মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে

पर्यायवाची : অবিবাহিত, অবিবাহিত মহিলা

अर्थ : যি স্ত্রী ৰজস্বলা হোৱা নাই

उदाहरण : তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে

पर्यायवाची : কুঁৱৰী

কুমাৰী   বিশেষণ

अर्थ : যাৰ কৌমার্য ভঙ্গ ্হোৱা নাই

उदाहरण : নৱৰাত্রিত কুমাৰী ছোৱালীবোৰক ভোজন কৰোৱা হয়

अर्थ : যাৰ বিবাহ হোৱা নাই

उदाहरण : প্রথমতে বিমান পৰিচাৰিকাৰ কাৰণে অবিবাহিতা মহিলাকহে নি্র্বাচিত কৰা হৈছিল

पर्यायवाची : অপৰিণীতা, অবিবাহিতা

चौपाल