अर्थ : বেয়া লক্ষণ বা চিন
उदाहरण :
ঘৰৰ পৰা ওলোৱা সময়ত কোনোবাই হাচিওৱা অশুভ লক্ষণ বুলি ধৰা হয়
पर्यायवाची : অশুভ লক্ষণ
अर्थ : অশুভ বা বেয়া লক্ষণ
उदाहरण :
কʼৰবালৈ যাবৰ সময়ত মেকুৰীয়ে ৰাস্তা কটা কুলক্ষণ বুলি মনা হয়