अर्थ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
उदाहरण :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
पर्यायवाची : কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য, বাধিত
अर्थ : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
उदाहरण :
মোহন এই কামত সফল হʼল
पर्यायवाची : কৃতকার্য, কৃতকার্য্য, সফল, সফল মনোৰথ, সফলকাম, সার্থক, সিদ্ধকাম, সিদ্ধমনোৰথ