सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নিজক কৰা উপকাৰ মানি লোৱা লোক
उदाहरण : আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
पर्यायवाची : কৃতজ্ঞ, কৃতার্থ, ধন্য, বাধিত
अर्थ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
उदाहरण : আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
पर्यायवाची : কৃতকৃত্য, কৃতার্থ, ধন্য, বাধিত
इंस्टॉल करें