पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কৃতার্থ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কৃতার্থ   বিশেষণ

अर्थ : নিজক কৰা উপকাৰ মানি লোৱা লোক

उदाहरण : আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ

पर्यायवाची : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, ধন্য, বাধিত

अर्थ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট

उदाहरण : আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে

पर्यायवाची : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, ধন্য, বাধিত

अर्थ : যি নিজৰ কাম হৈ যোৱাৰ বাবে প্রসন্ন আৰু সন্তুষ্ট হয়

उदाहरण : ভগৱানৰ কৃপাত এতিয়া মোৰ জীৱন কৃতার্থ হʼল

पर्यायवाची : ধন্য

चौपाल